বাগিচালৈ যাওঁ ব’লা| Class 3 Assamese Medium| Environment Question Answer

Environment Question Answer

বাগিচালৈ যাওঁ ব’লা

উত্তৰ লিখা—

(ক) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম—

উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ’ল— শাল, হোলোং, বনচোম আৰু তিতাচঁপা।

(খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম—

উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ’ল— শাল আৰু চেগুন।

(গ) দুবিধ লতাজাতীয় উদ্ভিদৰ নাম—

উত্তৰঃ দুবিধ লতাজাতীয় উদ্ভিদৰ নাম হ’ল— পাণ আৰু ভেদাইলতা।

(ঘ) দুবিধ গোন্ধ নথকা ফুলৰ নাম—

উত্তৰঃ দুবিধ গোন্ধ নথকা ফুলৰ নাম হ’ল— পাত ফুল আৰু কলা ফুল।

তিনিবিধ গোন্ধ থকা ফুলৰ নাম—

উত্তৰঃ তিনিবিধ গোন্ধ থকা ফুলৰ নাম হ’ল— গোলাপ, তগৰ আৰু নাহৰ।

(২) লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি?

উত্তৰঃ লাও, জিকা গছবোৰৰ গা-গছ কোমল আৰু লেহুকা, এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে। বগাই যাবৰ বাবেহে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয়। 

খালী ঠাই পূৰ কৰা—

(ক) গছে_________________ ৰ দ্বাৰা পানী শুহি লয়।

উত্তৰঃ শিপাৰ।

(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি________________ তৈয়াৰ কৰে।

উত্তৰঃ মৌজোল।

(গ) _________________আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল।

উত্তৰঃ পদুম ফুল।

(ঘ) কপৌ ফুল_______________ কালত ফুলে। 

উত্তৰঃ বসন্ত।

শুদ্ধ উত্তৰত ‘ √’ চিন দিয়া—

(ক) বাঁহ গছ গুল্ম/বৃক্ষ/তৃণজাতীয় উদ্ভিদ।

উত্তৰঃ তৃণজাতীয় উদ্ভিদ।

(খ) গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।

উত্তৰঃ সৰু।

(গ) বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান/ কোমল।

উত্তৰঃ বৰ টান।

(ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।

উত্তৰঃ তাল।

পার্থক্য লিখা— বৃক্ষ আৰু গুল্ম

উত্তৰঃ বৃক্ষ জাতীয় উদ্ভিদবোৰ গছৰ গাটো শকত আৰু টান। আনহাতে গুল্মজাতীয় উদ্ভিদ চাপৰ আৰু জোপোহা। গছবোৰৰ গ-গছ বৃক্ষ দৰে শকত নহয়।

বৃক্ষ জাতীয় উদ্ভিদবোৰ বৰ ডাঙৰ। আনহাতে গুল্ম জাতীয় উদ্ভিদবোৰ বৰ সৰু।

ফুটবোৰ লগ লগাই ছবিটোত ৰং কৰা।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment