আকাশৰ কথা | Class 3 Science Chapter 7 | Assam Jatiya Vidyalaya
Class 3 Science Chapter 7 আকাশৰ কথা প্ৰশ্নাৱলী (১) কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ কাক বোলে ? উত্তৰঃ আমাৱস্য়াৰ পৰা পূৰ্ণিমালৈ ১৫ দিনক শুক্লপক্ষ বোলে । পূৰ্ণিমাৰ পৰা অমাৱস্য়ালৈ ১৫ দিনক কৃষ্ণ পক্ষ বোলে । (২) জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা । উত্তৰঃ জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ হ’ল- ৰাস উৎসৱ, ফাকুৱা, ঈদ … Read more