আমাৰ চৌপাশৰ প্ৰাণীবোৰ Class 3 | Chapter 2 |Environment
আমাৰ চৌপাশৰ প্ৰাণীবোৰ ১। উত্তৰ লিখা (ক) মাছে কেনেকৈ পানীত সাঁতোৰে? উত্তৰঃ মাছৰ দেহৰ মাজ অংশ বহল। আগ আৰু পিছ অংশ সৰু। মাছে দেহৰ দুয়োকাষে থকা ফান (পাখি) আৰু পিছ অংশত থকা ফিচাৰ সহায়ত সাঁতোৰে। (খ) ভেকুলীক কিয় উভচৰ প্ৰাণী বোলে? উত্তৰঃ ভেকুলীবোৰ মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ইহঁতক উভচৰ প্ৰাণী বোলে। (গ) আশ্রয়স্থলীৰ বিষয়ত … Read more