Class 3 Assam Jatiya Vidyalaya Science Chapter 1

Class 3 Assam Jatiya Vidyalaya Science Chapter 1

Science Chapter 1 পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা  প্ৰশ্নাৱলী ১丨 পদাৰ্থ বা বস্তু কাক বোলে ? উত্তৰঃ চকুৰে দেখা , শৰীৰৰ কোনো অংশই চুলে গম পোৱা , নাকেৰে গোন্ধ পোৱা সকলোবোৰেই বস্তু বা পদাৰ্থ । ২丨 পদাৰ্থৰ আয়তন কাক বোলে ? উত্তৰঃ এটা পদাৰ্থই আগুৰা ঠাইখিনিয়েই পদাৰ্থটোৰ আয়তন বোলে । ৩丨 প্ৰাকৃতিক বস্তু কি ? উত্তৰঃ যি বোৰ বস্তু … Read more