Class 3 Science Chapter 17 | Assam Jatiya Vidyalaya | প্ৰাথমিক চিসিৎসা

Class 3 Science Chapter 17 | Assam Jatiya Vidyalaya | প্ৰাথমিক চিসিৎসা

Class 3 Science Chapter 17 প্ৰাথমিক চিসিৎসা প্ৰশ্নাৱলী ১। প্ৰাথমিক চিসিৎসা কি ? উত্তৰঃ চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে, দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয়, তাকে প্ৰাথমিক চিকিৎসা বোলে। ২। পৰি হাত-ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে ? উত্তৰঃ উজুটি খাই পৰি হাত – ভৰিৰ ছাল ছিগিলে, দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে … Read more

Class 3 Science Chapter 15 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 15 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 15 অসমৰ কেইবিধমান প্ৰধান খেতি প্ৰশ্নাৱলী ১丨 আমাৰ কোনবোৰ খাদ্য গছৰপৰা পাওঁ ? উত্তৰঃ আমাৰ বেছিভাগ খাদ্য় গছৰপৰা পাওঁ। চাউল,দাইল,শাক-পাচলি,ফল-মূল,মিঠাতেল,চেনি আদি সকলোবোৰ গছৰ পৰাই পাওঁ। ২丨 সকলো গছৰ খেতি সকলো ঠাইতে কৰিব পাৰিনে ? উত্তৰঃ সকলো গছৰ খেতি সকলো ঠাইতে কৰিব নোৱাৰে কাৰণ সকলো ঠাইৰ জলবায়ু একে নহয়। Guwahati University CGPA … Read more

Class 3 Science Chapter 14| Assam Jatiya Vidyalaya

Class 3 Science Chapter 14

Class 3 Science Chapter 14 প্ৰাণীৰ পৰা পোৱা বস্তু প্ৰশ্নাৱলী ১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ? উত্তৰঃ মানুহে আন প্ৰণীৰ পৰা গাখীৰ,দৈ,মাখন,ক্ৰীম,কণী,মাংস,মৌ আদি পায়। ২। (ক) পশুপালন কি ? উত্তৰঃ মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে। এইদৰে প্ৰাণী পোহাকে পশুপালন বোলে। (খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ? উত্তৰঃ পশুপালন … Read more

Class 3 Science Chapter 12 – 13 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 12 - 13 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 12 জীৱৰ বংশবৃদ্ধি প্ৰশ্নাৱলী ১丨 (ক) জীৱই কি অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে ?  উত্তৰঃ জীৱই পৈণত অৱস্থা পোৱাৰ পিছত জন্ম দিব পাৰে । (খ) উদ্ভিদে কেনেদৰে জন্ম দিয়ে ?  উত্তৰঃ কিছুমান উদ্ভিদত ফুল ফুলে ।ফুলৰ পৰা ফল হয়। ফলৰ ভিতৰত গুটি থাকে।গুটিৰ আন এটা নাম বীজ ।গুটিৰ ভিতৰত তেনেই সৰু গছ … Read more

উদ্ভিদ | Class 3 Science Chapter 10 |Assam jatiya vidyalaya |

উদ্ভিদ | Class 3 Science Chapter 10 |Assam jatiya vidyalaya |

Class 3 Science Chapter 10 উদ্ভিদ প্ৰশ্নাৱলী  (১) অৰ্কিড কি ? উত্তৰঃ কপৌ ফুল, ভাটৌ ফুলৰ দৰে উদ্ভিদবোৰক অৰ্কিড বালে । (২) পানীত হোৱা গছবোৰ কিয় উপঙি থাকে ? উত্তৰঃ পানীত গজা গছবোৰৰ গাত বায়ু সামাই থাকে । বায়ু পানীতকৈ পাতল । সেইবাবে পানীত হোৱা গছবোৰ উপঙি থাকে । (৩) বৃক্ষ কাক বোলে ?  উত্তৰঃ ফুল ফুলা কিছুমান … Read more

আমাৰ পৃথিৱীখন | Class 3 Science Chapter 8 | Assam Jatiya Vidyalaya

কাৰ্য্য আৰু বল | Class 3 Science Chapter 8 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 8 আমাৰ পৃথিৱীখন (১) সূৰ্য্যৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ? উত্তৰঃ সূৰ্য্য়ৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে ৩৬৫ দিন লয়। (২) পৃথিৱীখন দেখিবলৈ কেনেকুৱা ? উত্তৰঃ পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে। তলে-ওপৰে চেপেটা । (৩) পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ? উত্তৰঃ পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ তেৰ হাজাৰ কিল’মিটাৰৰ ওচৰা উচৰি … Read more

আকাশৰ কথা | Class 3 Science Chapter 7 | Assam Jatiya Vidyalaya

আকাশৰ কথা | Class 3 Science Chapter 7 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 7 আকাশৰ কথা প্ৰশ্নাৱলী (১) কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ কাক বোলে ? উত্তৰঃ আমাৱস্য়াৰ পৰা পূৰ্ণিমালৈ ১৫ দিনক শুক্লপক্ষ বোলে । পূৰ্ণিমাৰ পৰা অমাৱস্য়ালৈ ১৫ দিনক কৃষ্ণ পক্ষ বোলে । (২) জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা । উত্তৰঃ জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ হ’ল- ৰাস উৎসৱ, ফাকুৱা, ঈদ … Read more

তাপ আৰু উষ্ণতা | Class 3 Science | Assam jatiya Vidyalaya 2024-25

তাপ আৰু উষ্ণতা | Class 3 Science | Assam jatiya Vidyalaya 2024-25

তাপ আৰু উষ্ণতা প্ৰশ্নাৱলী (১) শক্তি কি ? এটা উদাহৰণ দিয়া । উত্তৰঃ কাম কৰা জোৰকে শক্তি বোলা হয়। জোৰ বা শক্তি থাকিলে শৰীৰ বা যন্ত্ৰই কাম কৰিব পাৰে। উদাহৰণ স্বৰূপে- মানুহজনে বস্তা দঙিছে। বস্তা দাঙিবলৈ মানুহজনক শক্তি লাগে । (২) সূৰ্য্যত জ্বলা গেছবিধৰ নাম লিখা । উত্তৰঃ সূৰ্য্যত জ্বলা গেছবিধৰ নাম হ’ল হাইড্ৰজেন গেছ । (৩) … Read more

কাৰ্য্য আৰু বল | Class 3 Science AJV | Chapter 4 | Assam Jatiya Vidyalaya

কাৰ্য্য আৰু বল | Class 3 Science AJV | Chapter 4 | Assam Jatiya Vidyalaya

Class 3 Science AJV কাৰ্য্য আৰু বল প্ৰশ্নাৱলী: (১) কাৰ্য্য কেতিয়া কৰা হয় ? উত্তৰঃ বস্তু এটা লৰচৰ কৰিলে কাৰ্য্য কৰা হয় । (২) বল কাক বোলে ? উত্তৰঃ টনা, ঠেলা, হেঁচা, দঙা,থেকেচা, আদিবোৰকে বল বোলা হয়। (৩) চুম্বক কি ? উত্তৰঃ চুম্বক এবিধ বিশেষ বস্তু। ই লোহা ,নিকেল আদি পদাৰ্থৰে তৈয়াৰী। (৪) শাৰীৰিক বল কাক বোলে ? … Read more