Class 3 Science Chapter 17 | Assam Jatiya Vidyalaya | প্ৰাথমিক চিসিৎসা
Class 3 Science Chapter 17 প্ৰাথমিক চিসিৎসা প্ৰশ্নাৱলী ১। প্ৰাথমিক চিসিৎসা কি ? উত্তৰঃ চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে, দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয়, তাকে প্ৰাথমিক চিকিৎসা বোলে। ২। পৰি হাত-ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে ? উত্তৰঃ উজুটি খাই পৰি হাত – ভৰিৰ ছাল ছিগিলে, দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে … Read more