Class 3 Science Chapter 14| Assam Jatiya Vidyalaya

Class 3 Science Chapter 14

Class 3 Science Chapter 14 প্ৰাণীৰ পৰা পোৱা বস্তু প্ৰশ্নাৱলী ১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ? উত্তৰঃ মানুহে আন প্ৰণীৰ পৰা গাখীৰ,দৈ,মাখন,ক্ৰীম,কণী,মাংস,মৌ আদি পায়। ২। (ক) পশুপালন কি ? উত্তৰঃ মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে। এইদৰে প্ৰাণী পোহাকে পশুপালন বোলে। (খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ? উত্তৰঃ পশুপালন … Read more

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

Class 3 Environment Chapter 7 আকাশৰ কথা ১। উত্তৰ লিখা– (ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি? উত্তৰঃ দিশ প্ৰধানকৈ চাৰিটা।  সেইকেইটা হৈছে— পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। (খ) আকাশত কি কি দেখা পোৱা যায়? উত্তৰঃ আকাশত বেলি, তৰা, জোন আদি দেখা পোৱা যায়। (গ) চন্দ্রৰ নিজা পোহৰ আছে নে? উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই। (ঘ) … Read more

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন ১। উত্তৰ লিখা– (ক) ভিতৰত খেলা খেল দুবিধৰ নাম লিখা।  উত্তৰঃ ভিতৰত খেলা খেল দুবিধৰ নাম হৈছে লুডু আৰু দবা। (খ) খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা।  উত্তৰঃ খেলপথাৰত খেলা দুবিধ খেলৰ নাম হৈছে ক্ৰিকেট আৰু ফুটবল। (গ) দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা।  উত্তৰঃ দুবিধ শক্তিদায়ক খাদ্যৰ নাম হৈছে ভাত আৰু ৰুটী। (ঘ) … Read more

আমাৰ চৌপাশৰ প্ৰাণীবোৰ Class 3 | Chapter 2 |Environment

আমাৰ চৌপাশৰ প্ৰাণীবোৰ Class 3 | Chapter 2 |Environment

আমাৰ চৌপাশৰ প্ৰাণীবোৰ ১। উত্তৰ লিখা (ক) মাছে কেনেকৈ পানীত সাঁতোৰে? উত্তৰঃ মাছৰ দেহৰ মাজ অংশ বহল। আগ আৰু পিছ অংশ সৰু। মাছে দেহৰ দুয়োকাষে থকা ফান (পাখি) আৰু পিছ অংশত থকা ফিচাৰ সহায়ত সাঁতোৰে। (খ) ভেকুলীক কিয় উভচৰ প্ৰাণী বোলে? উত্তৰঃ ভেকুলীবোৰ মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ইহঁতক উভচৰ প্ৰাণী বোলে। (গ) আশ্রয়স্থলীৰ বিষয়ত … Read more

Two Friends and Bear | Class 3 English | Assamese Medium

Two Friends and Bear | Class 3 English | Assamese Medium

Two Friends and Bear Let’s read:  Let’s read and show the actions :  chew  sniff   peck    lick    nibble sip . Let’s listen to a story of two friends : ● Lines: Anup and Tipin……….. frightened. Word Notes (শব্দার্থ): friends (ফ্রেন্ডচ্)– বন্ধুসকল । one morning (ওৱান মর্নিং)– এদিন ৰাতিপুৱা । had to go (হেড টু … Read more

মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

মৰমৰ আই - আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

Class 3 Asomiya Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ তোমালোকে নিজে কৰা। ২। দলত ভাগ হৈ ক্ৰম অনুসৰি পাদ্যটিৰ একোটিকৈ দফা আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ৩। উত্তৰ দিয়া— (ক) (i) ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম … Read more

কামৰ সৰু-বৰ নাই | Assamese Class 3 Chapter 13

কামৰ সৰু-বৰ নাই | Assamese Class 3 Question Answers

Assamese Class 3 Question Answers ক— পাঠভিত্তিক ক্রিয়া #1 Best Digital Marketing Agency উত্তৰ দিয়া— (ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি? উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি। (খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন? উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ। (গ) অৱশেষত চিপাহীকেইজনক সহায় … Read more

পক্ষীকুলৰ অভিযন্তা | Class 3 Assamese Chapter 11

পক্ষীকুলৰ অভিযন্তা | Class 3 Assamese Chapter 11

Class 3 Assamese Learn Digital Marketing In Assamese পক্ষীকুলৰ অভিযন্তা ক— পাঠভিত্তিক ক্রিয়া (ক) টোকোৰা চৰাই দেখিবলৈ কেনেকুৱা? উত্তৰঃ টোকোৰা চৰাই দেখিবলৈ আকাৰত সৰু। বুকুৰ উমাল পাখিবোৰ ৰঙচীয়া। ডেউকাৰ আগছোৱা হালধি বোলোৱা। ঠোঁত আৰু চকুৰ মণি বাদামি ৰঙৰ। (খ) টোকোৰা চৰায়ে কিহেৰে বাহ সাজে? উত্তৰঃ টোকোৰা চৰায়ে গছৰ দীঘল দীঘল পাতবোৰৰ পৰা বাহ সজা আঁহ … Read more

Class 3 Assamese Chapter 10

Class 3 Assamese Chapter 10

Class 3 Assamese Chapter 10 CGPA to Percentage Calculator আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ ক— পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে? উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে। (খ) আব্দুলৰ দেউতাক কেনে ধৰণৰ খেতিয়ক? উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক। (গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি? উত্তৰঃ আব্দুলৰ দেউতাকে … Read more

Class 3 Assamese Chapter-9

Class 3 Assamese Chapter-9

Class 3 Assamese Chapter-9 সাহসী ছোৱালীজনী Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া উত্তৰ দিয়া— (১) (ক) দলটোৱে কি ধ্বনি দি শোভাযাত্রা কৰিছিল? উত্তৰঃ দলটোৱে বন্দে মাতৰম, বন্দে মাতৰম ধ্বনি দি শোভাযাত্রা কৰিছিল। (খ) শোভাযাত্রা কৰি দলটো কোনফালে আগবাঢ়িছিল? উত্তৰঃ শোভাযাত্রা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল। (গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিছিল? … Read more