Class 3 Science Chapter 14| Assam Jatiya Vidyalaya

Class 3 Science Chapter 14

Class 3 Science Chapter 14 প্ৰাণীৰ পৰা পোৱা বস্তু প্ৰশ্নাৱলী ১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ? উত্তৰঃ মানুহে আন প্ৰণীৰ পৰা গাখীৰ,দৈ,মাখন,ক্ৰীম,কণী,মাংস,মৌ আদি পায়। ২। (ক) পশুপালন কি ? উত্তৰঃ মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে। এইদৰে প্ৰাণী পোহাকে পশুপালন বোলে। (খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ? উত্তৰঃ পশুপালন … Read more

আমাৰ বিদ্যালয় | Class 3 Environment Chapter 8 |Assamese Medium

আমাৰ বিদ্যালয় | Class 3 Environment Chapter 8 |Assamese Medium

Class 3 Environment Chapter 8 আমাৰ বিদ্যালয় ১। উত্তৰ লিখা– (ক) অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা। উত্তৰঃ অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো বিদ্যালয়ৰ শ্ৰেণীকোঠাবোৰ আহল-বহল। বতাহ অহা-যোৱা কৰিব পৰা দুৱাৰ-খিৰিকী আৰু ভন্টিলেটৰৰ সু-ব্যৱস্থা আছে। (খ) দিশ কেইটা আৰু কি কি? উত্তৰঃ দিশ চাৰিটা।  সেইকেইটা হ’ল— পূব, পশ্চিম, উত্তৰ, দক্ষিণ। (গ) তোমালোকৰ ঘৰৰ … Read more

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

Class 3 Environment Chapter 7 আকাশৰ কথা ১। উত্তৰ লিখা– (ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি? উত্তৰঃ দিশ প্ৰধানকৈ চাৰিটা।  সেইকেইটা হৈছে— পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। (খ) আকাশত কি কি দেখা পোৱা যায়? উত্তৰঃ আকাশত বেলি, তৰা, জোন আদি দেখা পোৱা যায়। (গ) চন্দ্রৰ নিজা পোহৰ আছে নে? উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই। (ঘ) … Read more

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন ১। উত্তৰ লিখা– (ক) ভিতৰত খেলা খেল দুবিধৰ নাম লিখা।  উত্তৰঃ ভিতৰত খেলা খেল দুবিধৰ নাম হৈছে লুডু আৰু দবা। (খ) খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা।  উত্তৰঃ খেলপথাৰত খেলা দুবিধ খেলৰ নাম হৈছে ক্ৰিকেট আৰু ফুটবল। (গ) দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা।  উত্তৰঃ দুবিধ শক্তিদায়ক খাদ্যৰ নাম হৈছে ভাত আৰু ৰুটী। (ঘ) … Read more

The Bundle of Sticks | Class 3 English Assamese Medium

The Bundle of Sticks | Class 3 English Assamese Medium

The Bundle of Sticks Class 3 English Assamese Medium Look at the pictures. They are people who help us in our everyday lives: I’m a milkman. I bring milk for all. I’m a fishmonger. I sell fish. I’m a lawyer. I advise people about law.  I’m a grocer. I sell food and other things used at … Read more

Little Raindrops |Class 3 english | Assamese Medium

Little Raindrops |Class 3 english | Assamese Medium

Little Raindrops Look and say what you can see in the picture -ছবিখন চোৱা আৰু ছবিখনত তুমি কি দেখিছা কোৱা। Ans: It is raining heavily. The sky is covered with dark clouds. Children are playing in the rain. A girl is going with an umbrella on her head. A boy and a girl are making … Read more

A Glass of Lemonade | Class 3 english | Assamese Medium

A Glass of Lemonade | Class 3 english | Assamese Medium

A Glass of Lemonade Guwahati University CGPA to Percentage Calculator Guess who the people are in the picture and what they are doing. Ans. In the picture we can see a Mother and her son. Mother is cutting fruits and the son is filling a glass with water from the jug.  Work in pairs and say … Read more

মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

মৰমৰ আই - আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

Class 3 Asomiya Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ তোমালোকে নিজে কৰা। ২। দলত ভাগ হৈ ক্ৰম অনুসৰি পাদ্যটিৰ একোটিকৈ দফা আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ৩। উত্তৰ দিয়া— (ক) (i) ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম … Read more

কামৰ সৰু-বৰ নাই | Assamese Class 3 Chapter 13

কামৰ সৰু-বৰ নাই | Assamese Class 3 Question Answers

Assamese Class 3 Question Answers ক— পাঠভিত্তিক ক্রিয়া #1 Best Digital Marketing Agency উত্তৰ দিয়া— (ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি? উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি। (খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন? উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ। (গ) অৱশেষত চিপাহীকেইজনক সহায় … Read more

শিৱসাগৰ চাওঁ আহা | Class 3 Assamese Chapter 12

শিৱসাগৰ চাওঁ আহা | Class 3 Assamese Chapter 12

Class 3 Assamese শিৱসাগৰ চাওঁ আহা BEST Digital Marketing Company in Tezpur ক-পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (১) (ক) অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’লৈ গৈছিল? উত্তৰঃ অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল। (খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল? উত্তৰঃ শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল। (গ) কি দেখি অনিলহঁত অভিভূত হ’ল? উত্তৰঃ … Read more