পক্ষীকুলৰ অভিযন্তা | Class 3 Assamese Chapter 11

পক্ষীকুলৰ অভিযন্তা | Class 3 Assamese Chapter 11

Class 3 Assamese Learn Digital Marketing In Assamese পক্ষীকুলৰ অভিযন্তা ক— পাঠভিত্তিক ক্রিয়া (ক) টোকোৰা চৰাই দেখিবলৈ কেনেকুৱা? উত্তৰঃ টোকোৰা চৰাই দেখিবলৈ আকাৰত সৰু। বুকুৰ উমাল পাখিবোৰ ৰঙচীয়া। ডেউকাৰ আগছোৱা হালধি বোলোৱা। ঠোঁত আৰু চকুৰ মণি বাদামি ৰঙৰ। (খ) টোকোৰা চৰায়ে কিহেৰে বাহ সাজে? উত্তৰঃ টোকোৰা চৰায়ে গছৰ দীঘল দীঘল পাতবোৰৰ পৰা বাহ সজা আঁহ … Read more

Class 3 Assamese Chapter 10

Class 3 Assamese Chapter 10

Class 3 Assamese Chapter 10 CGPA to Percentage Calculator আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ ক— পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে? উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে। (খ) আব্দুলৰ দেউতাক কেনে ধৰণৰ খেতিয়ক? উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক। (গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি? উত্তৰঃ আব্দুলৰ দেউতাকে … Read more

class 3 assamese question answer Chapter 6

class 3 assamese question answer Chapter 6

Class 3 Assamese Question Answer ময়ূৰ পক্ষীৰ জন্ম কাহিনী ১। ‘ময়ূৰ পক্ষীৰ জন্ম কাহিনী’টো সহজভাবে নিজৰ কথাৰে কোৱা— উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। উত্তৰ লিখা— (ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল? উত্তৰঃ দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। (খ) তেওঁ প্রথম কিছুদিন তাত কেনেদৰে কটায়? উত্তৰঃ তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হ এডৰাৰ … Read more

তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ – অধ্যায় ৪

তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ - অধ্যায় ৪

তৃতীয় শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ আগলি বাঁহত বগলীৰ বাহ ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে পঢ়া। ৩। পদ্যটিৰ লগত থকা থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা। উত্তৰঃ প্ৰথম ছবিখনত ল’ৰা-ছোৱালীবোৰে দীঘল বৰহাঁকুটি এডালেৰে আম পাৰি আছে। দ্বিতীয় ছবিখনত … Read more

Class 3 Assamese Chapter 3 | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা |

class 3 assamese question answer

Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ক- পাঠভিত্তিক ক্রিয়া ১। কোৱা আৰু লিখা— (ক) জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান ক’ত? উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচা। (খ) উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন কি? উত্তৰঃ উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন হ’ল লণ্ডন। (গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ? উত্তৰঃ তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ। (ঘ) বোলছবিৰ … Read more