মানুহৰ স্বাস্থ্য | class 3 science chapter 16 | Assam Jatiya vidyalaya

মানুহৰ স্বাস্থ্য | class 3 science chapter 16 | Assam Jatiya vidyalaya

Class 3 Science Chapter 16 মানুহৰ স্বাস্থ্য প্ৰশ্নাৱলী  ১∣ মানুহে কিয় আহাৰ খাব লাগে ? উত্তৰঃ মানুহে আহাৰ নিজৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে খাব লাগে। ২∣ ভাল স্বাস্থ্যৰ বাবে কেনে ধৰণৰ আহাৰ খোৱা উচিত ? উত্তৰঃ ভাল স্বাস্থ্য়ৰ বাবে ভাত, ৰুটি, দাইল, শাক-পাচলি, মাছ-মাংস, ফলমূল, কণী, গাখীৰ, মাখন ইত্য়াদি খোৱা বস্তুবোৰত ঠিক পৰিমাণে, নিয়মীয়াকৈ … Read more

Class 3 Science Chapter 14| Assam Jatiya Vidyalaya

Class 3 Science Chapter 14

Class 3 Science Chapter 14 প্ৰাণীৰ পৰা পোৱা বস্তু প্ৰশ্নাৱলী ১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ? উত্তৰঃ মানুহে আন প্ৰণীৰ পৰা গাখীৰ,দৈ,মাখন,ক্ৰীম,কণী,মাংস,মৌ আদি পায়। ২। (ক) পশুপালন কি ? উত্তৰঃ মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে। এইদৰে প্ৰাণী পোহাকে পশুপালন বোলে। (খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ? উত্তৰঃ পশুপালন … Read more

তাপ আৰু উষ্ণতা | Class 3 Science | Assam jatiya Vidyalaya 2024-25

তাপ আৰু উষ্ণতা | Class 3 Science | Assam jatiya Vidyalaya 2024-25

তাপ আৰু উষ্ণতা প্ৰশ্নাৱলী (১) শক্তি কি ? এটা উদাহৰণ দিয়া । উত্তৰঃ কাম কৰা জোৰকে শক্তি বোলা হয়। জোৰ বা শক্তি থাকিলে শৰীৰ বা যন্ত্ৰই কাম কৰিব পাৰে। উদাহৰণ স্বৰূপে- মানুহজনে বস্তা দঙিছে। বস্তা দাঙিবলৈ মানুহজনক শক্তি লাগে । (২) সূৰ্য্যত জ্বলা গেছবিধৰ নাম লিখা । উত্তৰঃ সূৰ্য্যত জ্বলা গেছবিধৰ নাম হ’ল হাইড্ৰজেন গেছ । (৩) … Read more

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

Class 3 Environment Chapter 7 আকাশৰ কথা ১। উত্তৰ লিখা– (ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি? উত্তৰঃ দিশ প্ৰধানকৈ চাৰিটা।  সেইকেইটা হৈছে— পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। (খ) আকাশত কি কি দেখা পোৱা যায়? উত্তৰঃ আকাশত বেলি, তৰা, জোন আদি দেখা পোৱা যায়। (গ) চন্দ্রৰ নিজা পোহৰ আছে নে? উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই। (ঘ) … Read more

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন ১। উত্তৰ লিখা– (ক) ভিতৰত খেলা খেল দুবিধৰ নাম লিখা।  উত্তৰঃ ভিতৰত খেলা খেল দুবিধৰ নাম হৈছে লুডু আৰু দবা। (খ) খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা।  উত্তৰঃ খেলপথাৰত খেলা দুবিধ খেলৰ নাম হৈছে ক্ৰিকেট আৰু ফুটবল। (গ) দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা।  উত্তৰঃ দুবিধ শক্তিদায়ক খাদ্যৰ নাম হৈছে ভাত আৰু ৰুটী। (ঘ) … Read more

আমাৰ পৰিৱেশ Class 3 | Environment | Assamese medium question answer

আমাৰ পৰিৱেশ Class 3 | Environment | Assamese medium question answer

আমাৰ পৰিৱেশ ১। উত্তৰ লিখা– (ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে? উত্তৰঃ পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীয়ে পৰিচালনা কৰে। (খ) একক পৰিয়ালত কোন কোন সদস্য থাকে? উত্তৰঃ একক পৰিয়ালত মাক, দেউতা, ল’ৰা আৰু ছোৱালী থাকে। (গ) যৌথ পৰিয়াল কাক বোলে? উত্তৰঃ যি পৰিয়ালত দুটা বা তিনিটা সৰু পৰিয়াল এক গোট হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে … Read more

আমাৰ চৌপাশৰ প্ৰাণীবোৰ Class 3 | Chapter 2 |Environment

আমাৰ চৌপাশৰ প্ৰাণীবোৰ Class 3 | Chapter 2 |Environment

আমাৰ চৌপাশৰ প্ৰাণীবোৰ ১। উত্তৰ লিখা (ক) মাছে কেনেকৈ পানীত সাঁতোৰে? উত্তৰঃ মাছৰ দেহৰ মাজ অংশ বহল। আগ আৰু পিছ অংশ সৰু। মাছে দেহৰ দুয়োকাষে থকা ফান (পাখি) আৰু পিছ অংশত থকা ফিচাৰ সহায়ত সাঁতোৰে। (খ) ভেকুলীক কিয় উভচৰ প্ৰাণী বোলে? উত্তৰঃ ভেকুলীবোৰ মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ইহঁতক উভচৰ প্ৰাণী বোলে। (গ) আশ্রয়স্থলীৰ বিষয়ত … Read more

A Glass of Lemonade | Class 3 english | Assamese Medium

A Glass of Lemonade | Class 3 english | Assamese Medium

A Glass of Lemonade Guwahati University CGPA to Percentage Calculator Guess who the people are in the picture and what they are doing. Ans. In the picture we can see a Mother and her son. Mother is cutting fruits and the son is filling a glass with water from the jug.  Work in pairs and say … Read more

মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

মৰমৰ আই - আনন্দচন্দ্ৰ আগৰৱালা | Class 3 Asomiya Chapter 14

Class 3 Asomiya Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা Influencer Marketing in Assamese ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ তোমালোকে নিজে কৰা। ২। দলত ভাগ হৈ ক্ৰম অনুসৰি পাদ্যটিৰ একোটিকৈ দফা আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ৩। উত্তৰ দিয়া— (ক) (i) ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম … Read more

কামৰ সৰু-বৰ নাই | Assamese Class 3 Chapter 13

কামৰ সৰু-বৰ নাই | Assamese Class 3 Question Answers

Assamese Class 3 Question Answers ক— পাঠভিত্তিক ক্রিয়া #1 Best Digital Marketing Agency উত্তৰ দিয়া— (ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি? উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি। (খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন? উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ। (গ) অৱশেষত চিপাহীকেইজনক সহায় … Read more