আমাৰ গাঁও | Class 3 Environment chapter 11 | Assamese Medium

আমাৰ গাঁও | Class 3 Environment chapter 10 | Assamese Medium

Class 3 Environment chapter 11 আমাৰ গাঁও ১। উত্তৰ লিখা– (ক) ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল? উত্তৰঃ ৰতনহঁত পদুমণি গাঁৱলৈ এসপ্তাহৰ বাবে গৈছিল। (খ) গাঁও কাক বোলে? উত্তৰঃ ঘাইকৈ খেতি-বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা ভালেমান পৰিয়াল একেলগে বাস কৰা একোটা অঞ্চলকে গাওঁ বোলে। (গ) বিশুদ্ধ খোৱাপানীৰ অভাৱত আমাৰ কি কি অসুখ হয়? … Read more

আমাৰ যান-বাহন |Class 3 Environment Chapter 6 | Assamese Medium

আমাৰ যান-বাহন |Class 3 Environment Chapter 6 | Assamese Medium

Class 3 Environment Chapter 6 আমাৰ যান-বাহন ১। উত্তৰ লিখা– (ক) তিনিখন যান-বাহনৰ নাম লিখা। উত্তৰঃ তিনিখন যান-বাহনৰ নাম হ’ল— অম্বুলেন্স, ডাক-ঘৰৰ ৰঙা গাড়ী আৰু স্কুল বাছ। (খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে? উত্তৰঃ ৰিক্সা, বাইক আৰু স্কুটি। (গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা। উত্তৰঃ প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম হৈছে— ঘোঁৰা গাড়ী আৰু গৰু … Read more

আমাৰ দৈনন্দিন জীৱনত পানী | Class 3 Environment Chapter 5 | Assamese Medium

আমাৰ দৈনন্দিন জীৱনত পানী | Class 3 Environment Chapter 5 | Assamese Medium

Class 3 Environment Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী ১। উত্তৰ লিখা– (ক) কি কি উৎসৰ পৰা আমি পানী পাওঁ? উত্তৰঃ বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ, কুঁৱা আৰু দমকল। (খ) তুমি আৰু ওচৰ-চুবুৰীয়াই পানী ক’ৰ ক’ৰ পৰা পোৱা? উত্তৰঃ দমকল, কুঁৱা আৰু টেংকি। (গ) তোমালোকৰ অঞ্চলত বা ওচৰে-পাজৰে থকা বিল, জান-জুৰিৰ নাম … Read more