আপোন পাঠ class 3 – Chapter 5

আপোন পাঠ class 3 - Chapter 5

আপোন পাঠ class 3 মাকণৰ চিঠি ক— পাঠভিত্তিক ক্ৰিয়া উত্তৰ দিয়া— (১) (ক) মিস্ত্রিজনে প্রধান শিক্ষকক কাগজত কি লিখি দিলে? উত্তৰঃ মিস্ত্রীজনে তেওঁ কৰা কামৰ বাবদ পাবলগা টকাৰ হিচাপখিনি কাগজ এখনত লিখি প্রধান শিক্ষকক দিলে। (খ) মিস্ত্রিজনে স্কুলত কি কাম কৰিছিল? উত্তৰঃ মিস্ত্রিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল। (গ) প্রধান শিক্ষকে মিস্ত্রিজনক টকা কেইটামান … Read more

তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ – অধ্যায় ৪

তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ - অধ্যায় ৪

তৃতীয় শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ আগলি বাঁহত বগলীৰ বাহ ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে পঢ়া। ৩। পদ্যটিৰ লগত থকা থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা। উত্তৰঃ প্ৰথম ছবিখনত ল’ৰা-ছোৱালীবোৰে দীঘল বৰহাঁকুটি এডালেৰে আম পাৰি আছে। দ্বিতীয় ছবিখনত … Read more

Class 3 Assamese Chapter 3 | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা |

class 3 assamese question answer

Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ক- পাঠভিত্তিক ক্রিয়া ১। কোৱা আৰু লিখা— (ক) জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান ক’ত? উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচা। (খ) উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন কি? উত্তৰঃ উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন হ’ল লণ্ডন। (গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ? উত্তৰঃ তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ। (ঘ) বোলছবিৰ … Read more

Class 3 Assamese Question Answer Chapter 1

class 3 assamese question answer chapter 1

Class 3 Assamese Question Answer Chapter 1 ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা— উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। কওঁ আহা— (ক) পদূলিমুখত কি ফুল ফুলে? উত্তৰঃ পদূলিমুখত গধূলিগোলাপ ফুল ফুলে। (খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। (গ) পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ … Read more