তাপ আৰু উষ্ণতা | Class 3 Science | Assam jatiya Vidyalaya 2024-25
তাপ আৰু উষ্ণতা প্ৰশ্নাৱলী (১) শক্তি কি ? এটা উদাহৰণ দিয়া । উত্তৰঃ কাম কৰা জোৰকে শক্তি বোলা হয়। জোৰ বা শক্তি থাকিলে শৰীৰ বা যন্ত্ৰই কাম কৰিব পাৰে। উদাহৰণ স্বৰূপে- মানুহজনে বস্তা দঙিছে। বস্তা দাঙিবলৈ মানুহজনক শক্তি লাগে । (২) সূৰ্য্যত জ্বলা গেছবিধৰ নাম লিখা । উত্তৰঃ সূৰ্য্যত জ্বলা গেছবিধৰ নাম হ’ল হাইড্ৰজেন গেছ । (৩) … Read more