প্ৰাণী | Class 3 science chapter 11 | Assam jatiya Vidyalaya
Class 3 science chapter 11 প্ৰাণী প্ৰশ্নাৱলী ১丨 (ক) কোনবোৰ জীৱ প্ৰাণী ? উত্তৰঃ যিবোৰ জীৱই চলা- ফুৰা কৰিব পাৰে, সেইবোৰক প্ৰাণী বোলে । (খ) কোনবোৰ প্ৰাণীক জন্তু বোলে ? উত্তৰঃ বাঘ, ভালুক, শিয়াল, কুকুৰ, গৰু আদি ডাঙৰ প্ৰাণীবোৰক জন্তু বোলে । (গ) প্ৰাণীয়ে ক’ৰপৰা আহাৰ গোটাই লয় ? উত্তৰঃ প্ৰাণীয়ে উদ্ভিদ আৰু আন জীৱৰ পৰাও আহাৰ গোটাই … Read more