Class 3 Science Chapter 3 | Assam Jatiya Vidyalaya
Class 3 Science Chapter 3 পানী (১) বিশুদ্ধ পানীৰ দুটা গুণ লিখা । উত্তৰঃ বিশুদ্ধ পানীৰ বৰণ নাই আৰু বিশুদ্ধ পনীৰ সোৱাদ আৰু গোন্ধ নাথাকে । (২) কুঁৱা, পুখুৰীৰ পানীত কিয় চূণ-ফিট্কিৰি, ব্লিছিং পাউদাৰ দিয়া হয় ? উত্তৰঃ কুঁৱা, পুখুৰীৰ পানীত চূণ-ফিট্কিৰি, ব্লিছিং পাউদাৰ দিয়া হয় কাৰণ এইবোৰে বীজানু কিছু নোহোৱা কৰে আৰু পানী পৰিষ্কাৰ কৰে। (৩) … Read more