আমাৰ পৃথিৱীখন | Class 3 Science Chapter 8 | Assam Jatiya Vidyalaya
Class 3 Science Chapter 8 আমাৰ পৃথিৱীখন (১) সূৰ্য্যৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ? উত্তৰঃ সূৰ্য্য়ৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে ৩৬৫ দিন লয়। (২) পৃথিৱীখন দেখিবলৈ কেনেকুৱা ? উত্তৰঃ পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে। তলে-ওপৰে চেপেটা । (৩) পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ? উত্তৰঃ পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ তেৰ হাজাৰ কিল’মিটাৰৰ ওচৰা উচৰি … Read more