প্ৰাণী | Class 3 science chapter 11 | Assam jatiya Vidyalaya

প্ৰাণী | Class 3 science chapter 11 | Assam jatiya Vidyalaya

Class 3 science chapter 11 প্ৰাণী প্ৰশ্নাৱলী ১丨 (ক) কোনবোৰ জীৱ প্ৰাণী ? উত্তৰঃ যিবোৰ জীৱই চলা- ফুৰা কৰিব পাৰে, সেইবোৰক প্ৰাণী বোলে । (খ) কোনবোৰ প্ৰাণীক জন্তু বোলে ?  উত্তৰঃ বাঘ, ভালুক, শিয়াল, কুকুৰ, গৰু আদি ডাঙৰ প্ৰাণীবোৰক জন্তু বোলে । (গ) প্ৰাণীয়ে ক’ৰপৰা আহাৰ গোটাই লয় ?  উত্তৰঃ প্ৰাণীয়ে উদ্ভিদ আৰু আন জীৱৰ পৰাও আহাৰ গোটাই … Read more

জীৱজগত | Class 3 Science Chapter 9 | Assam Jatiya Vidyalaya

জীৱজগত | Class 3 Science Chapter 9 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 9 জীৱজগত প্ৰশ্নাৱলী (১) (ক) জড় বস্তু কোনবোৰ ? উত্তৰঃ প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰেই জড় । (খ) জীৱজগতৰ ভাগ কেইটা ? উত্তৰঃ জীৱজগতৰ ভাগ পাঁচটা । (গ) জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা । উত্তৰঃ  জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য হ’ল- ১) জীৱই কাম কৰিব পাৰে আনহাতে জড়ে কাম কৰিব নোৱাৰে । … Read more

আমাৰ পৃথিৱীখন | Class 3 Science Chapter 8 | Assam Jatiya Vidyalaya

কাৰ্য্য আৰু বল | Class 3 Science Chapter 8 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 8 আমাৰ পৃথিৱীখন (১) সূৰ্য্যৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ? উত্তৰঃ সূৰ্য্য়ৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে ৩৬৫ দিন লয়। (২) পৃথিৱীখন দেখিবলৈ কেনেকুৱা ? উত্তৰঃ পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে। তলে-ওপৰে চেপেটা । (৩) পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ? উত্তৰঃ পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ তেৰ হাজাৰ কিল’মিটাৰৰ ওচৰা উচৰি … Read more