Class 3 Science Chapter 14| Assam Jatiya Vidyalaya

Class 3 Science Chapter 14

Class 3 Science Chapter 14 প্ৰাণীৰ পৰা পোৱা বস্তু প্ৰশ্নাৱলী ১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ? উত্তৰঃ মানুহে আন প্ৰণীৰ পৰা গাখীৰ,দৈ,মাখন,ক্ৰীম,কণী,মাংস,মৌ আদি পায়। ২। (ক) পশুপালন কি ? উত্তৰঃ মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে। এইদৰে প্ৰাণী পোহাকে পশুপালন বোলে। (খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ? উত্তৰঃ পশুপালন … Read more

জীৱজগত | Class 3 Science Chapter 9 | Assam Jatiya Vidyalaya

জীৱজগত | Class 3 Science Chapter 9 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 9 জীৱজগত প্ৰশ্নাৱলী (১) (ক) জড় বস্তু কোনবোৰ ? উত্তৰঃ প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰেই জড় । (খ) জীৱজগতৰ ভাগ কেইটা ? উত্তৰঃ জীৱজগতৰ ভাগ পাঁচটা । (গ) জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা । উত্তৰঃ  জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য হ’ল- ১) জীৱই কাম কৰিব পাৰে আনহাতে জড়ে কাম কৰিব নোৱাৰে । … Read more

কাৰ্য্য আৰু বল | Class 3 Science AJV | Chapter 4 | Assam Jatiya Vidyalaya

কাৰ্য্য আৰু বল | Class 3 Science AJV | Chapter 4 | Assam Jatiya Vidyalaya

Class 3 Science AJV কাৰ্য্য আৰু বল প্ৰশ্নাৱলী: (১) কাৰ্য্য কেতিয়া কৰা হয় ? উত্তৰঃ বস্তু এটা লৰচৰ কৰিলে কাৰ্য্য কৰা হয় । (২) বল কাক বোলে ? উত্তৰঃ টনা, ঠেলা, হেঁচা, দঙা,থেকেচা, আদিবোৰকে বল বোলা হয়। (৩) চুম্বক কি ? উত্তৰঃ চুম্বক এবিধ বিশেষ বস্তু। ই লোহা ,নিকেল আদি পদাৰ্থৰে তৈয়াৰী। (৪) শাৰীৰিক বল কাক বোলে ? … Read more

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

আকাশৰ কথা | Class 3 Environment Chapter 7 | Assamese Medium

Class 3 Environment Chapter 7 আকাশৰ কথা ১। উত্তৰ লিখা– (ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি? উত্তৰঃ দিশ প্ৰধানকৈ চাৰিটা।  সেইকেইটা হৈছে— পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। (খ) আকাশত কি কি দেখা পোৱা যায়? উত্তৰঃ আকাশত বেলি, তৰা, জোন আদি দেখা পোৱা যায়। (গ) চন্দ্রৰ নিজা পোহৰ আছে নে? উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই। (ঘ) … Read more

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন Class 3 | পৰিৱেশ অধ্যয়ন | Environment Question Answers

শৰীৰৰ যতন ১। উত্তৰ লিখা– (ক) ভিতৰত খেলা খেল দুবিধৰ নাম লিখা।  উত্তৰঃ ভিতৰত খেলা খেল দুবিধৰ নাম হৈছে লুডু আৰু দবা। (খ) খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা।  উত্তৰঃ খেলপথাৰত খেলা দুবিধ খেলৰ নাম হৈছে ক্ৰিকেট আৰু ফুটবল। (গ) দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা।  উত্তৰঃ দুবিধ শক্তিদায়ক খাদ্যৰ নাম হৈছে ভাত আৰু ৰুটী। (ঘ) … Read more

আমাৰ চৌপাশৰ প্ৰাণীবোৰ Class 3 | Chapter 2 |Environment

আমাৰ চৌপাশৰ প্ৰাণীবোৰ Class 3 | Chapter 2 |Environment

আমাৰ চৌপাশৰ প্ৰাণীবোৰ ১। উত্তৰ লিখা (ক) মাছে কেনেকৈ পানীত সাঁতোৰে? উত্তৰঃ মাছৰ দেহৰ মাজ অংশ বহল। আগ আৰু পিছ অংশ সৰু। মাছে দেহৰ দুয়োকাষে থকা ফান (পাখি) আৰু পিছ অংশত থকা ফিচাৰ সহায়ত সাঁতোৰে। (খ) ভেকুলীক কিয় উভচৰ প্ৰাণী বোলে? উত্তৰঃ ভেকুলীবোৰ মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ইহঁতক উভচৰ প্ৰাণী বোলে। (গ) আশ্রয়স্থলীৰ বিষয়ত … Read more

বাগিচালৈ যাওঁ ব’লা| Class 3 Assamese Medium| Environment Question Answer

বাগিচালৈ যাওঁ ব’লা| Class 3 Assamese Medium| Environment Question Answer

Environment Question Answer বাগিচালৈ যাওঁ ব’লা উত্তৰ লিখা— (ক) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম— উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ’ল— শাল, হোলোং, বনচোম আৰু তিতাচঁপা। (খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম— উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ’ল— শাল আৰু চেগুন। (গ) দুবিধ লতাজাতীয় উদ্ভিদৰ নাম— উত্তৰঃ দুবিধ লতাজাতীয় উদ্ভিদৰ নাম হ’ল— পাণ আৰু ভেদাইলতা। (ঘ) … Read more

The Bundle of Sticks | Class 3 English Assamese Medium

The Bundle of Sticks | Class 3 English Assamese Medium

The Bundle of Sticks Class 3 English Assamese Medium Look at the pictures. They are people who help us in our everyday lives: I’m a milkman. I bring milk for all. I’m a fishmonger. I sell fish. I’m a lawyer. I advise people about law.  I’m a grocer. I sell food and other things used at … Read more

class 3 English Chapter 7 | Never Say “I Can’t !

class 3 English Chapter 7 | Never Say “I Can’t !

Class 3 English Chapter 7 Never Say “I Can’t ! Class 3 Assamese 1/ Which of these games do you like to play? Ans: carrom. 2/ With whom do you play games?  Ans: I like to play with my family and friends. Let’s read Word Notes (শব্দার্থ) : was (ওৱাজ)— আছিল। strong ( ষ্ট্ৰং)— শক্তিশালী। … Read more

Little Raindrops |Class 3 english | Assamese Medium

Little Raindrops |Class 3 english | Assamese Medium

Little Raindrops Look and say what you can see in the picture -ছবিখন চোৱা আৰু ছবিখনত তুমি কি দেখিছা কোৱা। Ans: It is raining heavily. The sky is covered with dark clouds. Children are playing in the rain. A girl is going with an umbrella on her head. A boy and a girl are making … Read more